EXAMINE THIS REPORT ON ASSAMESE SYNONYMS

Examine This Report on Assamese synonyms

Examine This Report on Assamese synonyms

Blog Article

অন্তবিহীন, অন্তহীন, অনাদি, অনাদ্য, অনাদ্যন্ত, অপৰিসীম, অশেষ, অসীম, নিৰৱধি, নিঃসীম, সীমাহীন৷

অনুবন্ধ, অৱতৰণিকা, অৱতাৰণা, আৰম্ভণ, আৰম্ভণি, উপক্ৰম, উপক্ৰমণিকা, উপাকৰণ, উপোদ্‌ঘাত, ওৰা পতা, জোৰণি, পাতনি মেলা, প্রস্তাৱনা, প্ৰাৰম্ভ, ভূমিকা, মুখবন্ধ, মুহূৰত, সূচনা, সূত্ৰপাত৷

অংশুজাল, অংশুমালা, আভা, আলোকছটা, আলোকধাৰা, আলোকৰশ্মি, কিৰণমালা৷

গছ, অটবী, উদ্ভিদ, উদ্ভেদ, উৰ্বীৰুহ, গছনি, তৰু, তৰুবৰ, তৰুৰাজ, দ্ৰুম, দ্ৰুমৰাজ, নিৰ্মুট, পত্ৰী, পল্লৱী, পাদপ, পৰ্ণখণ্ড, বনস্পতি, বিটপী, বিৰিখ, বিৰুদ, বৃঅগচ্ছ, বৃক্ষ, ভূপদ, ভূৰুহ, মহাদ্ৰুম, মহীজাত, মহীৰুহ, শাখী, স্কন্ধী, ৰুক, ক্ষিতিৰুহ৷

অতুল, অতুলনীয়, অতুল্য, অদ্বিতীয়, অনন্য, অনন্যসাধাৰণ, অনুপম, অপূৰ্ব, অসাধাৰণ, তুলনাবিহীন, তুলনাহীন, নজিৰবিহীন, নিৰুপম৷

অগ্রদূত, অগ্ৰসৰ, অভিগত, আগ-বঢ়া, আগৰণুৱা, আগুৱান, পুৰঃসৰ, পুৰোগ, পুৰোগামী, পুৰোধা, পুৰোযাত্ৰী, পুৰোৱতী, সম্মুখাগত৷

দৰাচলতে, প্ৰকৃততে, যথাৰ্থতে, স্বৰূপতে৷

অতুলনীয়া, অদ্বিতীয়া, অনুপমা, নিৰুপমা৷

চকু, চক্ষু, দৰ্শনেন্দ্ৰিয়, নয়ন, নেত্ৰ, লোচন৷

অগনি-কালিকা, অগ্নিকণা, অগ্নি-স্ফুলিংগ, অগ্নিকণা, স্ফুলিংগ৷

অক্ষমতা, দুৰ্বলতা, দৌৰ্বল্য, বলহীনতা, শক্তিহীনতা৷

অগোচৰ, অদৃশ্য, অন্তৰ্হিত, অপ্রতক্ষ্য, অপ্ৰেক্ষিত, অলিক্ষত৷

অতলবিহাৰী, অধোক্ষজ, অনংগমোহন, অনন্তবীৰ্য, উদ্ধৱবন্ধু, কংসহা, কংসাৰি, কমললোচন, কানাই, কানু, কালীয়দমন, কৃষ্ণ, কেশীমথন, কেশৱ, গদাধৰ, গদাপাণি, গিৰিধাৰী, গিৰিধৰ, গোষ্ঠপতি, গোষ্ঠবিহাৰী, গোকুলনাথ, গোকুলপতি, গোকুলেশ্বৰ, গোপবল্লভ, গোপাল, গোপিকা-মোহন, গোপিকাৰমণ, গোপিনীবল্লভ, গোপীনাথ, গোপীমোহন, গোপেন্দ্ৰ, গোবৰ্ধনধাৰী, গোৱিন্দ, ঘনশ্যাম, চক্ৰধৰ, চক্ৰপাণি, চাণূৰমৰ্দন, জনাৰ্দন, ত্ৰিভংগ, ত্ৰিভংগমুৰাৰি, দামোদৰ, দৈৱকীনন্দন, here দ্বাৰকাধীশ, দ্বাৰকানাথ, দ্বাৰকাপতি, দ্বাৰকেশ, দ্বাৰিকানাথ, দ্বাৰিকাপতি, নগধৰ, নটবৰ, ননীচোৰ, নন্দদুলাল, নীলমণি, নীলমাধৱ, নৰকান্তক, নৰনাৰায়ণ, নৰোত্তম, পদ্মপাণি, পাণ্ডৱসখা, পাৰ্থসাৰথি, পীতাম্বৰ, পুণ্ডৰীকাক্ষ, পুলিনবিহাৰী, পুৰুষোত্তম, বংশীগোপাল, বনবিহাৰী, বনমালী, বনোৱাৰী, বাসুদেৱ, বিপিনবিহাৰী, বৃন্দাবনেশ্বৰ, বৃষ্ণি, বেণুধৰ, ব্ৰজকিশোৰ, ব্ৰজবিহাৰী, ব্ৰজভূষণ, ব্ৰজমোহন, ব্ৰজেন্দ্ৰ, ব্ৰজেশ, মথুৰাপতি, মথুৰেশ, মদনগোপাল, মদনমোহন, মধুসূদন, মাধৱ, মুকুন্দ, মুৰাৰি, মুৰাৰু, মুৰুলীধৰ, যদুমণি, যশোদাদুলাল, যশোদানন্দন, যাদৱ, যাদৱৰায়, শকটাৰি, শ্যাম, শ্যামৰায়, শ্ৰীকৃষ্ণ, শ্ৰীহৰি, সুদৰ্শনধাৰী, হৰি, ৰণচোড়, ৰসৰাজ, ৰাধাকান্ত, ৰাধানাথ, ৰাধাবল্লভ, ৰাধামাধৱ, ৰাধাৰমণ, ৰাসবিহাৰী, ৰাসেশ্বৰ৷

তেজৰ সম্বন্ধ, নাড়ীৰ সম্বন্ধ, সমধ, স্বজনতা, স্বজনত্ব৷

Report this page